নিউজ ডেস্ক- ৰাজ্যত এতিয়া উষ্ণতাৰ পাৰা স্তম্ভ যিমানেই উঠিছে সিমানেই ৰাজ্যত দেখা গৈছে বিদ্যুৎৰ লুকা ভাকু। গৰমে মানুহক যিমানেই অতিষ্ঠ কৰিছে তাৰ সমান্তৰালকৈ মহানগৰীত খোৱা পানীৰ সমস্যাও দেখা গৈছে। আজি চি পি আই (এম) ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিয়ে গুৱাহাটী মহানগৰীৰ পানী যোগান প্ৰকল্প অতিশীঘ্ৰে সম্পূৰ্ণ কৰি মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা দাবী […]