Posted inইষ্ট ম'জ' বিশেষ

কংগ্ৰেছ-বামপন্থীয়ে আজমলৰ সংকীৰ্ণতাবাদত সংপৃক্ত হৈ পৰাটো লজ্জাজনক

আইনুল হক চৌধুৰী: সমগ্ৰ মুছলমান সমাজক মাদ্ৰাছাৰ মাজত পণবন্দী কৰি কংগ্ৰেছ, বামপন্থী, আৰু আজমল বাহিনীয়ে দিছপুৰ দখলৰ অংক কৰিছে। এই সপোন সফল হলে বিজেপিয়ে গোৰ মাৰি গংগাত পেলাব বিচৰা মুছলমান সমাজৰ অদূৰ ভৱিষ্যতে উদ্ধাৰ অসম্ভৱ। ক্ষমতালোভী কংগ্ৰেছ আৰু আজমলৰ এনে অংক বুজি পোৱাত সহজ। কিন্তু নাস্তিকতাবাদ আৰু বস্তুবাদত বিশ্বাসী বামপন্থী দলো কংগ্ৰেছ- আজমলৰ এনে সংকীৰ্ণতাবাদত […]