Posted inঅসম

উপ নিৰ্বাচন : আজি মনোনয়ন দাখিলৰ অন্তিম দিন

নিউজ ডেস্ক : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বৃহস্পতিবাৰে মুঠ ১২ জন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখি কৰে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত গোঁসাইগাঁও আৰু ভবানীপুৰ সমষ্টি বাদে বাকী সকলো সমষ্টিত বিজেপি মৃত্ৰজোঁটে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিব বুলি দাবী মন্তব্য কৰে। গোঁসাইগাঁও আৰু ভবানীপুৰ সমষ্টি দুটাত […]