গুৱাহাটী : যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটিৰ ধলপুৰত চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। ২৩ ছেপ্টেম্বৰত চলা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। উচ্ছেদ অভিযান হিংসাত্মক ৰূপ ধাৰণ কৰাত আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰী আক্ৰমণত আহত হৈছিল ১১ জনকৈ আৰক্ষীৰ লোক। গৰুখুটিৰ ধলপুৰৰ উচ্ছেদ অভিযানৰ হিংসাত্মক ঘটনাই […]