গুৱাহাটীঃ পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমবাসীৰ মৰমৰ শিল্পী ভিতালী দাসৰ নশ্বৰদেহ। নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ল। বুধবাৰে সকলোকে আচৰিত কৰা সেই দুঃখবৰটো আহিছিল ”কন্ঠশিল্পী ভিতালী দাস আৰু নাই। ” এক মুহূর্তৰ বাবে যেন স্তব্ধ হৈ পৰিছিল সমগ্ৰ শিল্পীসমাজ। সকলোৱে ছচিয়েল মিডিয়াৰ যোগেৰে শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি শোকপ্ৰকাশ কৰে। আজি দুপৰীয়া ভাগত […]