Posted inদেশ-বিদেশ

হেপ্পী বাৰ্থডে চাহাল! ৩১ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ জীৱনৰ ৯ টা বিশেষ কথা

নিউজ ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ ব’লাৰ যুজবেন্দ্ৰ চাহালৰ আজি জন্মদিন। য়ুবি চাহাল হিচাপে জনপ্ৰিয় ৩১ বছৰত ভৰি দিয়া এই লেগ-ব্ৰেক ব’লাৰ গৰাকী বৰ্তমান কলম্ব’ত শ্ৰিলংকাৰ বিৰুদ্ধে চলি থকা এদিনীয়া ছিৰিজত ব্যস্ত। জন্মদিনৰ দিনটোত আহক চাহালৰ জীৱনৰ কেইটামান কথা নজনা জানো ১. য়ুবি চাহালক ভাৰতীয় দল এগৰাকী অন্যতম শ্ৰেষ্ঠ লেগ-ব্ৰেক ব’লাৰ হিচাপে গণ্য কৰা হয়। […]