নিউজ ডেস্ক : বিশ্ব ক্ৰিকেট জগতৰ বাবে এক শোকাবহ খবৰ। এক ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু বিখ্যাত ক্ৰিকেটাৰৰ। পথ দুর্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ডৰো ছাইমণ্ডছৰ। শনিবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ডৰো ছাইমণ্ডছ। অষ্ট্ৰেলিয়াৰ টাউন্সভিলেত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। শনিবাৰে নিশা ১০.৩০ বজাত সংঘটিত হয় এই […]