নিউজ ডেস্ক: প্ৰেমিক আৰু খুড়ীয়েকৰ সৈতে লগ হৈ ১৩ বছৰীয়া কিশোৰীয়ে হত্যা কৰিলে ৯ বছৰীয়া নিজ ভগ্নীক। কেৱল হত্যাই নহয়, মৃতদেহটো যাতে চিনাক্ত কৰিব নোৱাৰে তাৰ বাবে এচিডেৰে মুখ জ্বলাই দিয়াৰ লগতে আঙুলিও কাটি পেলায়। এই ঘটনা বিহাৰৰ বৈশালী জিলাৰ। আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ১৩ বছৰীয়া কিশোৰী গৰাকী আৰু আন দুজনক গ্ৰেপ্তাৰ কৰিছে। কিশোৰী গৰাকীক […]