Posted inক্ৰীড়া

CR7: ৰোণাল্ডোৰ শেষ ভৰষা এটলেটিকো মাদ্ৰিদ?

কি হ’ব ক্ৰিষ্টিয়ানো ৰোণাল্ড’ৰ ভৱিষ্যৎ? মানচেষ্টাৰ ইউনাইটেড এইবাৰ চেম্পিয়নছ লীগতো নাই। সেয়ে মন বহা নাই ছুপাৰষ্টাৰ চিআৰ ছেভেনৰ। মান ইউক স্পষ্টকৈ কৈ দিছে যে যদি আন কোনো ক্লাবে তেওঁক ক্ৰয় কৰিব বিচাৰে, তেওঁলোকে ইয়াক বিবেচনা কৰা উচিত।