Posted inঅসম

মহানগৰীৰ ক্ৰিটিকেল কেয়াৰ হস্পিতালত প্ৰসূতি-নৱজাতকৰ বাবে বিশেষ চিকিৎসাৰ সংযোজন

গুৱাহাটীঃ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হস্পিতালত আজিৰে পৰা নতুনকৈ সংযোজন কৰা হৈছে Institute of mother & child heatlh। ইয়াত প্ৰসূতিসকলে অনিৰ্দিষ্ট কাললৈকে বিনামূলীয়াকৈ ডাক্তৰৰ পৰামৰ্শ ল’ব পাৰিব। নৱজাতকৰ কাৰণে ৮খন NICU আৰু মাতৃ সকলৰ বাবে ১৩খন বিচনাৰ সংযোজন কৰা হৈছে। মাতৃ আৰু শিশুৰ চিকিৎসা উদ্বোধনী অনুষ্ঠানত মাতৃ আৰু শিশুৰ ওপৰত ল’বলগীয়া যতন তাৰ ওপৰত আলোচনা কৰা […]