Posted inNews

মুখ্যমন্ত্রী এম কে ষ্টেলিনৰ দাবী, CRPF ৰ নিযুক্তি পৰীক্ষাত তামিল ভাষা অন্তৰ্ভুক্ত কৰিবলৈ

নিউজ ডেস্কঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৯,২১২ টা পদত নিযুক্তিৰ পৰীক্ষাত তামিলকে ধৰি আন আঞ্চলিক ভাষাসমূহ অন্তর্ভুক্ত দাবী জনাইছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে। অৰ্ধসামৰিক বাহিনীয়ে উল্লেখিত পদসমূহৰ কম্পিউটাৰ বেছড পৰীক্ষাত হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। যিটো সিদ্ধান্তক মুখ্যমন্ত্রী ষ্টেলিনে এক পক্ষীয় সিদ্ধান্ত বুলি কৈছে। যাৰ বাবে […]