Posted inদেশ-বিদেশ

ব্যাপক মূল্যবৃদ্ধি ঘটিছে খাৰুৱা তেলৰ, ভাৰতত পেট্ৰ’লৰ মূল্যই ১৫০ টকা অতিক্ৰম কৰিব!

নিউজ ডেস্ক: ৰাছিয়া-ইউক্ৰেইন মাজত চলি থকা যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্য বৃদ্ধি ঘটিছে। মঙলবাৰে (৮ মাৰ্চ) আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ (Brent Crude Oil) মূল্যই প্ৰতি বেৰেলত ১৩০ মাৰ্কিন ডলাৰ স্পৰ্শ কৰে। আনহাতে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে ৰাছিয়াৰ পৰা সকলো ধৰণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত খাৰুৱা […]