গুৱাহাটীঃ সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন দিশত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ অসম চৰকাৰে বিভিন্ন বঁটা প্ৰদান কৰি আহিছে। শনিবাৰেও ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বঁটা। অহা ২০ জুনত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত “বিষ্ণু ৰাভা দিৱস, ২০২২ আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান” […]