Posted inঅসম

বিৰুদ্ধাচৰণ কৰাটোৱেই বিৰোধীসকলৰ কাম, আমাৰ কাম জনগণৰ উন্নয়ন কৰা- বিমল বৰা

সোণাৰি: তেখেতসকলে বনাই থোৱা ঘৰটো ভাঙে, এফালে মাটিৰ পট্টাৰ কথা কয় আনফালে চাৰ্কোল অফিচ জ্বলাই দিয়ে, স্বাভিমানৰ কথা কোৱা সকলে শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখন ভাঙে। এই মন্তব্য ৰাজ্যৰ মন্ত্ৰী বিমল বৰাৰ। সোণাৰিত অনুষ্ঠিত এক অনুষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। চলিত বিধানসভাৰ বাজেট অধিৱেশনত অখিল গগৈৰ সৰৱ ভুমিকা সন্দৰ্ভত সাংবাদিকে […]