যোৱা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত সাংস্কৃতিক পৰিক্ৰমা বিভাগে ডিব্ৰুগড়ৰ মানকোটাত সোণোৱাল কছাৰী খুৰিং খুৰিং বাথৌ পুজা অনুষ্ঠিত কৰিছিল। সামূহিক সেই অনুষ্ঠানৰ সময়ত অসমৰ জাতীয় সংগীত “অ মোৰ অপোনাৰ দেশ” বিকৃতভাৱে পৰিবেশন কৰাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ এজন সদস্যক নিলম্বন কৰে চৰকাৰে। সোমবাৰে মহোৎসৱৰ স্থানত সাংস্কৃতিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ […]