নিউজ ডেস্কঃ গুৱাহাটীত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় — “কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ ঘৰ পায়, তেতিয়া আমি অলপ শিথিল কৰিব পাৰিম। যদিও ১৫ জুনক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল, তথাপি আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে […]
Tag: CURFEW
Posted inঅসম