মৰাণঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী নিযুক্তিত অনিয়ম। সাক্ষাৎকাৰৰ অবিহনে এগৰাকী কৰ্মীক নিযুক্তি দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া। জানিব পৰা মতে, টিংখাং সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত কেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০নং ৱাৰ্ডত অৱস্থিত ২নং দীঘলীয়া অংগনবাড়ী কেন্দ্ৰত দীৰ্ঘদিন ধৰি খালি হৈ থকা কৰ্মী পদটিৰ বাবে টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্পত আবেদন জনাইছিল […]
Tag: curruption
Posted inঅসম