Posted inমুখ্যপৃষ্ঠা

CWG 2022: হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দল

শনিবাৰে নিশা বাৰ্মিংহামত অনুষ্ঠিত হকী খেলৰ ছেমি ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক ৩-২ গ’লত পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় পুৰুষ হকী দলটোৱে।