Posted inঅসম

মৰিগাওঁ আৰক্ষীৰ জালত পৰিল তিনিজনকৈ চাইবাৰ অপৰাধী

যোৱা নিশা চোৰাংচোৱাৰ অভিযানত মৰিগাওঁ আৰক্ষীয়ে তিনিজনকৈ চাইবাৰ অপৰাধীক আটক কৰে। ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে ইছাহাক আলী, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিন। জানিব পৰা মতে, আটক হোৱা তিনিওজনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত। অভিয়ানকাৰী দলে অভিয়ান চলাই ইছাহাক আলীৰ ঘৰৰ পৰা ১৭২০খন ছীম কাৰ্ড, এখন AS-02A-H5609 নম্বৰৰ পালছাৰ বাইক আৰু ১১টা মোবাইল ফোন জব্দ […]