Posted inঅসম

ভৰলুক প্ৰদূষণ কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে চাইকেল ৰেলী

গুৱাহাটীঃ বিশ্ব নদী দিৱস উপলক্ষে সোমবাৰে মহানগৰীত সজাগতামূলক চাইকেল ৰেলী। জোনালীৰ পৰা ভৰলুমুখলৈ চেভ ভৰলু মিছনৰ উদ্যোগত পুৱা ৬ বজাত আৰম্ভ হয় এই চাইকেল ৰেলী। চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে জি এম চি আয়ুক্ত দেবাশীষ শৰ্মাই ৷ সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি এই […]