Posted inক্ৰীড়া

সোণাপুৰত অসম ৰাজ্যিক ৰোড চাইক্লিং প্ৰতিযোগিতাৰ সামৰণি

গুৱাহাটী : অসম চাইক্লিং খেলুৱৈ সকলে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব লাগিব। প্ৰতিটো প্ৰতিযোগিতাত “জয় আই অসম”ৰ মহামন্ত্ৰৰে খেলুৱৈ সকলে নিজৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমীয়া জাতিৰ মান ৰাষ্ট্ৰীয় স্তৰত জিলিকাই তুলিব লাগিব । অসম চাইক্লিং সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ৰাজ্যিক ৰোড চাইক্লিং চেম্পিয়নশ্বিপ ২০২১ ৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰে সন্থাৰ ৰাজ্যিক […]