Posted inদেশ-বিদেশ

বতৰৰ আগজাননী: উত্তৰ-পূবত ‘অশনি’য়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা

নিউজ ডেস্ক: ঘূৰ্ণিবতাহ ‘অশনি’য়ে অহা ৫ দিনত অসম তথা উত্তৰ-পূবত তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত উত্তৰ-পূবৰ বিভন্ন স্থানত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড বতাহ, বৰষুণ অহাৰ পূৰ্বানুমান কৰিছে। এই তীব্ৰ ঘূৰ্ণিবতাহে ইতিমধ্যে ভাৰত মহাগৰৰ উত্তৰ দিশত আৰম্ভ হৈ এতিয়া দক্ষিণ-পূব বংগোপসাগৰ দিশে গতি কৰা দেখা গৈছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে। ‘অশনি’য়ে […]