Posted inNews

Cyrus Mistry Road Accident: ‘ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু TATA Sons ৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰিৰ

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ আজি, ৪ ছেপ্টেম্বৰ, দেওবাৰে মুম্বাইৰ ওচৰৰ পালঘৰত এক পথ দুৰ্ঘটনাত মৃত্যু হয়। পালঘৰ আৰক্ষীৰ মতে, মিস্ত্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা কৰি আছিল আৰু তেনে সময়তে তেওঁৰ গাড়ীখনে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে।