Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Dadasaheb Phalke Award: বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ দাদা চাহেব ফাল্কে বঁটা

নিউজ ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ভাৰত চৰকাৰে এই বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা আগবঢাইছে। ৭৯ বছৰীয়া অভিনেত্ৰীগৰাকীক ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে, ২০১৯ চনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল। এই বছৰৰ দাদাচাহেব ফালকে বঁটা অতি বিশেষ […]