Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

একাদশ দাদাচাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসম সন্তান

গুৱাহাটীঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম সন্তান। দিল্লীত অনুষ্ঠিত হোৱা একাদশ দাদাচাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থজিৎ বৰুৱাই। “ব্ৰেকিং দা চাইলেন্স” ৰ বাবে তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে পাৰ্থজিৎ বৰুৱাই।  “ব্ৰেকিং দা চাইলেন্স” পাঁচগৰাকী মহিলাৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে। এই তথ্যচিত্ৰখন […]