নিউজ ডেস্কঃ যি চীনে তিব্বতৰ সকলো দিশ নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব বিচাৰে সেই চীনক দালাই লামাই দিৱে প্ৰত্যাহ্বান। তিব্বতৰ ধৰ্মগুৰু দালাই লামাই ল’লে এক সাহসী সিদ্ধান্ত । যি সিদ্ধান্তই এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে। দালাই লামাই লোৱা এই সাহসী সিদ্ধান্তটো হৈছে তিব্বতৰ তৃতীয়গৰাকী ধৰ্মগুৰু হিচাপে মংগোলিয়াৰ আঠ বছৰীয়া এটি শিশুক […]