গোলাঘাটঃ জি টিভিৰ জনপ্ৰিয় ডান্স ৰিয়েলিটি শ্ব’ ‘ডান্স ইণ্ডিয়া ডান্স লি’ল মাষ্টাৰ্ছ ছিজন ৫’ৰ মঞ্চত জিলিকিল অসমৰ নৱজিত নাৰ্জাৰী। গোলাঘাটৰ চাংখাটীৰ নৱজিত নাৰ্জাৰীয়ে বিজয়ী খিতাপ অৰ্জন কৰে। ৯ বছৰীয়া নৱজিতে ফ্ৰীষ্টাইল, হিপ হপ, কনটেম্প’ৰেৰী নৃত্যৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। ডান্স ৰিয়েলিটি শ্ব’টোৰ শীৰ্ষত থকা ৫ গৰাকীৰ চূড়ান্ত প্ৰতিযোগী সাগৰ, আপ্পুন, অধ্যাশ্ৰী আৰু ঋষিতা […]