গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক দাৰা আহমেদৰ দেহাৱসান। দেওবাৰে বুকুৰ বিষত ভুগি অসুস্থ হৈ পৰা পৰিচালক গৰাকীক মহানগৰীৰ এ’প’ল হস্পিতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় । অৱশেষত সোমবাৰে পুৱা এ’প’ল হস্পিতালত পৰিচালকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ বয়স। আৰু পঢ়কঃইমান দিনে চকু মুদা কুলিৰ ভাও ধৰা […]