মঙলদৈঃ ধূলা কাণ্ডৰ তদন্তৰ বাবে “বিশেষ তদন্তকাৰী গোট ” (SIT Team ) বুধবাৰে উপস্থিত হয় মঙলদৈ পুলিচ অতিথি শালাত ৷ মঙলদৈ ধূলাৰ আৰতি তুৰি নামৰ তেৰ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় দলটি৷ যোৱা ১১জুনত SSBৰ জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত মৃত্যু হৈছিল আদিবাসী কিশোৰী গৰাকীৰ৷ প্ৰায় ৪ বছৰ ধৰি কাম কৰা […]
Tag: Darang
Posted inঅসম