Posted inঅসম

ভূটানৰ লক ডাউনৰ ফলত কৰ্ম সংস্থাপনহীন হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাৰ শ শ শ্ৰমিক

দৰঙ্গামেলাঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিছে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাৰ শ শ শ্ৰমিকক । কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰিছে। ভাৰত-ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিস্থানসমূহ নিৰ্ভৰ কৰে ভূটানৰ নাগৰিক সকলৰ ওপৰত। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা কোৰোনাৰ বাবে ভূটানৰ প্ৰৱেশ […]