Posted inঅসম

উচ্ছেদক লৈ জ্বলিছে গৰুখুটি, আৰক্ষীৰ গুলীত নিহত দুই বেদখলকাৰী

ছিপাঝাৰৰ গৰুখুটিত উত্তপ্ত বেদখলকাৰীক উচ্ছেদ চলাবলৈ যাওতে আজি পৰিস্থিতি উতপ্ত হৈ পৰে।ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা কৰিব লগা হয়। দৰং জিলা ঢলপুৰত চলা এই উচ্ছেদ অভিযানত দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান দখলকাৰীৰ।উচ্ছেদৰ বাবে আৰক্ষী তথা প্ৰসাশনলৈ শিলাবর্ষণ দখলকাৰীসকলৰ।এগৰাকী মহিলা কনিষ্ঠৱলসহ ১১ গৰাকী আৰক্ষী আঘাত প্ৰাপ্ত হয়।আঘাত প্ৰাপ্ত আৰক্ষী কনিষ্ঠবল সকলক চিকিৎসালয়লৈ প্ৰেৰণ।আৰক্ষী […]