Posted inঅসম

চৰাইদেউ জিলাৰ চাহ বাগিছা সমূহত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা

সোণাৰি : চৰাইদেউ জিলাৰ চাহ বাগিছা সমূহত ১০০% ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখি আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চাহ বাগিছাৰ পৰিচালক সকলক লগত লৈ এক বিশেষ আলোচনা অনুষ্ঠিত হৈ যায়। আজিৰ সভাত সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৱে । অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়াৰ লগতে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ […]