Posted inঅসম

চৰাইদেউৰ ঐতিহাসিক লাংকুৰী দৌলত মাটিৰ তলৰ ধন-সোণৰ সন্ধানত দুস্কৃতিকাৰী

সোণাৰি : ৰাজ্যিক পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই এতিয়া বহু ঐতিহাসিক সম্পদ অস্তিত্বৰ সংকটত। আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তিও ঘটিছে। আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউত অৱস্থিত আহোম ৰজা তথা ডা-ডাঙৰীয়া সকলৰ মৈদাম তথা চৰাইদেউ দেওশালৰ মাটি অবাধে বেদখল কৰি একাংশই এতিয়া চাহ বাগিচা স্থাপন কৰাৰ লগতে […]