অসম আৰক্ষীয়ে যোৱা সময়চোৱাত জব্দ কৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জ্বলাই শেষ কৰে । অসম আৰক্ষীয়ে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই দহন কাৰ্য সমাপন কৰে। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশব মহন্ত, অশোক সিংঘাল সহ বহুজনে ড্ৰাগছ বিৰোধী মেজিত ৰাজ্যৰ পৰা ড্ৰাগছৰ ভয়াবহতা পৰা মুক্ত কৰাৰ সংকল্প লয়। ইয়াৰ পিছতে শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত […]