Posted inঅসম

লখিমপুৰ আবকাৰী বিভাগৰ সুৰা ব্যবসায়ীৰ সৈতে মিতিৰালী

লখিমপুৰ: লখিমপুৰ আৱকাৰী বিভাগৰ ভয়ংকৰ আৰু নাভূত-নাশ্ৰুত কাণ্ড। এখন স্কুটীক লৈ এতিয়া টনা-আজোৰা লাগিছে লখিমপুৰ আৱকাৰী বিভাগত। উল্লেখযোগ্য যে, যোৱা ৯ ফেব্ৰুৱাৰীত লখিমপুৰৰ চিয়াজুলিত স্থানীয় ৰাইজে এখন স্কুটীত ( As07-M-9590 নম্বৰ) অৰুণাচলী সুৰা সহ গতাই দিছিল লখিমপুৰ আৱকাৰী বিভাগক। লখিমপুৰ আৱকাৰী বিভাগে সুৰা খিনি ছীল কৰি আদালতত দাখিল কৰে যদিও লুকুৱাই ৰাখে জব্দ কৰা স্কুটী […]