নগাঁও : পৰীক্ষা অবিহনে ঘোষণা কৰা মেট্ৰিকৰ ফলাফলকলৈ ছাত্ৰ ছাত্ৰীৰ ক্ষোভ – অসন্তুষ্টি অব্যাহত আছে । অনুতীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰীয়ে মূল্যায়ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছে । নগাঁও চহৰৰ হয়বৰগাওঁ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী আছিল ৭১ গৰাকী । তাৰে ৩১ গৰাকী ছাত্ৰ ছাত্ৰী অনুতীৰ্ণ হৈ ৰয় । অনুতীৰ্ণ একাংশ […]