তিনিচুকীয়া : ক’ভিড পজিটিভ ধৰা পৰাৰ মাত্ৰ দুদিন পিছতেই কাৰ্য্যালয়ত গৈ এক ভিডিঅ’ কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি তিনিচুকীয়াৰ ৰশ্মি প্ৰতাপ নামৰ নিৰ্বাচনী বিষয়া গৰাকীয়ে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে, মাত্ৰ দুদিন পূৰ্বে কৰা পৰীক্ষাত পজিটিভ ধৰা পৰা বিষয়া গৰাকীৰ ৰহস্যজনকভাৱে বুধবাৰে ৰিজাল্ট নিগেটিভ আহিছিল আৰু নিগেটিভ অহাৰ মাত্ৰ কিছু সময়ৰ পিছতে তেওঁ কাৰ্য্যালয়ত হৈ ভিডিঅ’ কনফাৰেন্সিঙত […]