Posted inঅসম

কৰোনা কালত মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীক কঠোৰ সকিয়নি শোণিতপুৰ জিলা উপায়ুক্তৰ

জামুগুৰিহাটঃ জামুগুৰিহাটত কৰোনাৰ উদ্বেগজনক গণ সংক্ৰমণৰ মাজতেই হোম ডেলিভাৰি কৰা একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। যাৰ বাবেই মঙলবাৰে জামুগুৰিহাটত এইসকল মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়িক কঠোৰ সকিয়নি প্ৰদান কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে। লগতে পঢ়কঃধেমাজিৰ এটি দুৰ্ভগীয়া শিশুৰ কৰুণ কাহিনী জামুগুৰিহাটৰ কভি’ড পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ জামুগুৰিহাটত উপস্থিত হোৱা জিলা […]