কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত ‘স্বৰাজ-ভাৰত কে স্বতন্ত্ৰতা সংগ্রাম কী সমগ্র গাথা’ শীৰ্ষক এক মেগা-ছিৰিয়েলৰ শুভাৰম্ভণি কৰে। উল্লেখ্য যে এই ছিৰিয়েলখন দূৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হৈছে।