Posted inঅসম

ডিফুত নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ

ডিফুঃ মানুহক জীৱ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু কিছুমান মানুহৰ অমানৱীয়তাৰ বলি হ’ব লগা হয় নৱজাতক শিশু। ডিফুৰ পুৰণি লতিকা চিনেমা হলৰ কাষৰ ডিফু নদীত নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ। লগতে পঢ়কঃধীৰেণপাৰা ডকাইটিকাণ্ডৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ নবজাতকটিৰ মৃতদেহ নদীত উটি অহা প্রত্যক্ষ কৰে স্থানীয় লোকে। কাৰোবাৰ অবৈধ সম্পৰ্কৰ ফলত জন্ম গ্ৰহণ কৰাৰ ফলত কালিমা ঢাকিবলৈ নবজাতকটিক […]