Posted inঅসম

জামুগুৰিহাটত জীয়া ভৰলী নদীত নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

জামুগুৰিহাটঃ জামুগুৰিহাটত জীয়া ভৰলী নদীত নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। সমনীয়াৰ লগত গা- ধুবলৈ গৈ জীয়া ভৰলী নদীত নিখোজ হোৱা জামুগুৰিহাটৰ বামুণীপামত প্ৰাঞ্জল মিলি (১৮)নামৰ যুৱক জন। লগতে পঢ়কঃগোলাঘাট আৰু ডিফুত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য দহন আজি এছ ডি আৰ এফৰ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিখোজ হোৱা স্থানৰ পৰা প্ৰায় দুই কিলোমিটাৰ […]