নিউজ ডেস্ক: উত্তৰ প্ৰদেশৰ বান্দাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত দ্রুতবেগী বলেৰোৱে পিছফালৰ পৰা খুন্দা মৰাত সংঘটিত হয় এই দুর্ঘটনা। থিতাতে নিহত হয় ৫ জন লোক। ইয়াৰোপৰি চিকিৎসালয়লৈ নিয়াৰ পথত ২ জন লোকৰ মৃত্যু হয়। ২৯ জুনৰ নিশা প্ৰায় ৯.৩০ বজাত বান্দাত বাবেৰু কোতৱালী অঞ্চলৰ কামচিন ৰোডৰ পাৰিয়া […]