Posted inNews

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২০ সংখ্যক মৃত্যুবাৰ্ষিকী

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২০ সংখ্যক মৃত্যুবাৰ্ষিকী। হস্তিৰ কন্যা বুলি খ্যাত শিল্পীগৰাকীৰ মৃত্যু তিথিত সমগ্ৰ ৰাজ্যবাসীয়ে আজি স্মৰণ কৰে। গোৱালপৰীয়া লোকগীতেৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনক চহকী কৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৩ অক্টোবৰত। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” চলচ্চিত্ৰত দুটি গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ […]