Posted inদেশ-বিদেশ

ফাঁচিৰে মৃত্যদণ্ড কষ্টদায়ক, বিকল্প ব্যৱস্থাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

নিউজ ডেস্কঃ ভাৰতীয় সংবিধানৰ ধাৰা ১৬৩ অনুযায়ী যদি কোনো ব্যক্তিক অপৰাধজনিত কামৰ বাবে মৃত্যুদণ্ড দিয়া হয় তেতিয়া হ’লে ফাঁচি প্ৰদান কৰা হয়। যিটো অতি কষ্টকৰ মৃত্যু তথা বেদনাদায়ক। আজি উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ নেতৃত্বৰ এক বিচাৰপীঠত আজি এই বিষয়টো লৈ এক শুনানি গ্ৰহণ কৰা হয়। উচ্চতম ন্যায়ালয়ৰ […]