Posted inঅসম

বিধ্বস্ত পথৰ বাবেই নুমলীগড়ত শোকাৱহ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

বোকাখাতঃ দেওবাৰে বোকাখাতৰ নুমলীগড়ত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত হয় নুমলীগড় চাহ বাগিছাৰ প্ৰদীপ বিভাৰ নামৰ লোকজন। জানিব পৰা মতে, স্কুটী আৰোহী প্ৰদীপ বিভাৰ নামৰ লোকজন সন্ধিয়া ঘৰলৈ গৈ থকাৰ অৱস্থাতে বিধ্বস্ত পথছোৱাত বাগৰি পৰাৰ সময়তে একে দিশৰ পৰা আহি থকা UP 74T 4936 নম্বৰৰ এখন মালবাহী ট্ৰাকে মহতিয়াই থৈ যায় […]