ফাকুৱাৰ আনন্দৰ মাজতে দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰিলে সমগ্ৰ চৰাইদেউ জিলা। সুৰাৰ নিচাৰ ফলতেই সংঘটিত হ’ল দুয়োটা হত্যাকাণ্ডৰ ঘটনা।বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত।তথ্য অনুসৰি, চৰাইদেউ জিলাৰ লেফেৰাত নিচাসক্ত ৰাম ওৰাঙৰ দাৰ ঘাপত প্ৰাণ গ’ল পুতুল গগৈ নামৰ এজনৰ। লেফেৰা অঞ্চলৰ দুৰ্গা ওৰাং নামৰ এজন লোকৰ ঘৰত সুৰা সেৱন […]