Posted inঅসম

বিজেপিয়ে ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাক অৱহেলা কৰি প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে: দেৱব্ৰত শইকীয়া

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ ভূপেন বৰাৰ সৈতে লগতে উপস্থিত থাকে কংগ্ৰেছৰ জেষ্ঠ নেতা দেৱব্ৰত শইকীয়া৷ শেহতীয়াকৈ কেইবাটাও নিৰ্বাচনত দলৰ যি শোচনীয় পৰাজয় তথা কংগ্ৰেছ দলৰ হেৰুৱা অস্বিত্ব পুনৰ উদ্ধাৰৰ বাবে দলৰ সভাপতি গৰাকীয়ে এতিয়া নিজেই বিভিন্ন জিলাৰ তৃণমূল কৰ্মীসকলৰ সৈতে মতবিনিময়ত লিপ্ত হোৱা দেখা গৈছে৷ লগতে পঢ়কঃমহানগৰীৰ জয়ানগৰত মুকলি হ’ব অসম […]