Posted inঅসম

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিৰোধীক প্ৰতাৰণা কৰাৰ অভিযোগ দেবব্ৰত শইকীয়াৰ

গুৱাহাটী : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন ৰাজ্যৰ বিজেপি চৰকাৰখন তীব্ৰ আক্ৰমণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ‘সবকা সাথ সবকা বিকাশ’ৰ নামত বিৰোধীক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰাৰ অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ। বিৰোধী দলপতি গৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে উন্নয়ন কৰাৰ সংবিধানৰ শপত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে […]