নিউজ ডেস্কঃ বুধবাৰে ফেচবুক লাইভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা উদ্ধৱ থাকৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।লগতে তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰে। একনাথ সিন্দে বাহিনীৰ লক্ষ্য আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই চৰকাৰখন উৎখাত কৰিবলৈ বিজেপিৰ নেতৃত্বত একনাথ সিন্দে প্ৰথমে গুজৰাটৰ এখন হোটেলত আৰু তাৰ পিছত অসমত হোটেল ৰেডিচন ব্লুত ৩৯জন বিধায়কৰ সৈতে বাহৰ পাতিছিল। কিন্তু […]