নিউজ ডেস্কঃ ভাৰতত আৰম্ভ হৈছে কৰোনাৰ দ্বিতীয়টো ঢৌ । ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰনাত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে বলীউদৰ বহুকেইগৰাকী তাৰকা কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। অভিনেত্ৰী দীপিকা পাডুকন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। পিতৃ আক্ৰান্ত হোৱা কেইটামান দিনৰ পিছতে কৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰীগৰাকী। দীপিকাৰ মাতৃ আৰু ভগ্নীও আক্ৰান্ত হৈছে কৰোনাত। কোভিড পজিটিভ হোৱাৰ পাছতে পৰিয়ালৰ সৈতে বেংগালুৰুত হোম […]