Posted inNews

ৰবি শৰ্মাৰ “শ্ৰী ৰঘুপতি” ছবিৰ ‘তুমি আৰু মই’ ৰ গীতটিৰ ভিডিঅ’ মুকলি

নিউজ ডেস্ক: ২০২৩ বৰ্ষত ছবি গৃহলৈ আহিছে নতুন অসমীয়া ছবি “শ্ৰী ৰঘুপতি”। ৰবি শৰ্মাৰ কাহিনী, সংলাপ আৰু অভিনয়ৰে সমৃদ্ধ ছবিখনৰ প্ৰথমটি গীতৰ ভিডিঅ’ বুধবাৰে ইউটিউবত মুক্তি কৰি দিয়া হয়। গীতটিৰ নাম “তুমি আৰু মই”। গীতটিৰ অডিঅ’ চলিত মাহৰ ১৭ এপ্ৰিলত ইউটিউবত মুক্তি দিয়া হৈছিল। জুবিন গাৰ্গ আৰু দীপলীনা ডেকাৰ কণ্ঠত মুক্তি পোৱা অডিঅ’টো ইতিমধ্যে ইউটিউবত […]