গুৱাহাটী : ৰে’ল বিভাগৰ কামত বাধা প্ৰদান বন বিভাগৰ। এটা বিশেষ অঞ্চলত ৰে’ল বিভাগৰ কামত বাধা প্ৰদান কৰিছে বন বিভাগে। একমাত্ৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৰে’ল বিভাগৰ কাম বন্ধ কৰি দিলে বন বিভাগে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰে’ল বিভাগৰ কামত বন বিভাগৰ হস্তক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে। অসমত দ্ৰুত গতিত চলিছে ৰে’ল বিভাগৰ বৈদ্যুতিক ৰে’লৰ চলাচলৰ কাম। […]