জামুগুৰিহাটঃশোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰী মাজগাঁৱত ৰাইজৰ সহযোগত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী যুৱক প্ৰদীপ হাজৰিকাই এটা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পহুটো উদ্ধাৰ কৰি গাঁওবাসীয়ে দিপলোঙা বনাঞ্চলিক বন বিভাগক গটাই দিয়ে ৷ লগতে পঢ়কঃবোকাখাতত হোটেল, ৰিৰ্জট ব্যৱসায়ীলৈ মহকুমা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা বন বিষয়াই জানিবলৈ দিয়া অনুসৰি গাওঁবাসী ৰাইজে পহুটো খেদিবলৈ চেষ্টা কৰাত পহুটোৱে আঘাত পোৱাত পহুটো চিকিৎসাৰ ব্যৱস্থা […]
Tag: Deer
Posted inঅসম