Posted inঅসম

দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়াৰ বিৰুদ্ধে ১০০কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই

নিউজ ডেস্কঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যুঁজখন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। শেহতীয়াকৈ, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ক’ভিডকালীন সময়ত পিপিই কিট ক্ৰয় কেলেংকাৰীত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতেই মঙলবাৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়াৰ […]